চপা
capā
অৰ্থ
1.
গোট খুবা; একেলগ কৰ্; একেঠাই কৰ্
to gather; to collect together
সক. ধা.
2.
কোঁচা
to contract
সক. ধা.
3.
ওচৰলৈ আন্
to bring near
সক. ধা.
4.
নিজৰ ঘৰত ৰাখ্; যেনে-জীলৈ জোঁবাই চপা
to keep in one's own house
সক. ধা.
5.
(পু. অ.) লাগি ধৰ্; লাগি থাক্; যেনে -"চপাই ৰহিল যেনে আম ফৰমট" (ৰুক্মিণী-হৰণ)
to get attached; to stick up
অক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ