কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কণ্ঠস্থkon.thos.thoProper Adj.
যিটো মনত ৰখা হৈছে
sth commited to memory
- কণ্ঠস্বৰkon.tho.sworAbstract Noun
মানুহৰ বাক-যন্ত্ৰই সৃষ্টি কৰা অৰ্থপূৰ্ণ শব্দ।
the meaningful sound generated by human vocal organs.
- কণ্ঠস্হkaṇṭhashaNoun
কণ্ঠ বা ডিঙিত থকা
attached or belonging to the throat
- কণ্ঠহাৰkon.tho.harMaterial Noun
গল বা ডিঙিত পিন্ধা, মণি, মুকুতা, পাথৰ আদিৰে তৈয়াৰী অথবা সোণ, ৰূপ বা আন ধাতুৰে তৈয়াৰী মালা
a piece of jewelry consisting of a string of stones, beads, jewels, or the like, or a chain of gold, silver, or other metal, for wearing around the neck.
- কণ্ঠাkon.thaMaterial Noun
গল বা ডিঙিত পিন্ধা, মণি, মুকুতা, পাথৰ আদিৰে তৈয়াৰী অথবা সোণ, ৰূপ বা আন ধাতুৰে তৈয়াৰী মালা
a piece of jewelry consisting of a string of stones, beads, jewels, or the like, or a chain of gold, silver, or other metal, for wearing around the neck.
- কণ্ঠাগতkaṇṭhāgataAdjective
প্ৰাণ-বায়ু ওলাই যাবলৈ ডিঙিলৈ অহা; গতিকে মৰিব লগা হোবা; যেনে-"কণ্ঠাগত প্ৰাণ মোৰ প্ৰমাণক পাইল" (মা. ক., অযোধ্যাকাণ্ড)
come up to the throat, as life-breath for exit; about to die
- কণ্ঠাগ্নিkon.thag.niCommon Noun
এযোৰ ডেউকা (পাখি) সহায়ত উৰিব পৰা এবিধ উষ্ণৰক্তী অণ্ডজ প্ৰাণী ।
A warm-blooded, egg-laying, feathered vertebrate with the forelimbs modified to form wings.
- কণ্ঠাভৰণkon.tha.bho.ronMaterial Noun
গল বা ডিঙিত পিন্ধা, মণি, মুকুতা, পাথৰ আদিৰে তৈয়াৰী অথবা সোণ, ৰূপ বা আন ধাতুৰে তৈয়াৰী মালা
a piece of jewelry consisting of a string of stones, beads, jewels, or the like, or a chain of gold, silver, or other metal, for wearing around the neck.
- কণ্ঠালkaṇṭhālaNoun
কঁঠাল।
- কণ্ঠিkaṇṭhiNoun
মুনিহে ডিঙিত পিন্ধা এধৰীয়া মণি; হাৰ
a necklace worn by a man
- কণ্ঠীkaṇṭhīNoun
মুনিহে ডিঙিত পিন্ধা এধৰীয়া মণি; হাৰ
a necklace worn by a man
- কণ্ঠীমালাkaṇṭhīmālāNoun
ইষ্ট দেবতাৰ নাম জপ কৰা ডিঙিত পিন্ধা মালা।
- কণ্ঠীয়kon.thi.yoProper Adj.
ডিঙি সম্বন্ধীয়
Having to do with the throat
- কণ্ঠোগতkaṇṭhogataAdjective
কণ্ঠস্হ; মুখস্হ হোবা।
- কণ্ঠ্যkaṇṭhyaAdjective
কণ্ঠৰপৰা উচ্চাৰিত; ; কণ্ঠসম্বন্ধীয়
guttural ; belonging to the throat
- কণ্ঠৰূদ্ধkon.tho.rud.dhoVerbal Noun
(১) কথা কোৱাৰ অধিকাৰ বা প্ৰতিবাদৰ অধিকাৰ কাঢ়ি নিয়া, (২) মুখৰ মাত বন্ধ কৰা, টেঁটুচেপা দিয়া, উশাহ-নিশাহত বাধা দিয়া
(1) stripping the right to speak or protest, (2) not allowing to breath
- কণ্ঠৰোধkon.tho.rodhVerbal Noun
(১) কথা কোৱাৰ অধিকাৰ বা প্ৰতিবাদৰ অধিকাৰ কাঢ়ি নিয়া, (২) মুখৰ মাত বন্ধ কৰা, টেঁটুচেপা দিয়া, উশাহ-নিশাহত বাধা দিয়া
(1) stripping the right to speak or protest, (2) not allowing to breath
- কণ্ডমিনিয়ামMaterial Noun
বিভিন্ন বিলাসী সুবিধা থকা বহুস্তৰীয় আৱাসগৃহৰ সমষ্টি
an apartment complex with various luxurious amenities.
- কণ্ডাৰkaṇḍāraNoun
নাবৰ গুৰিয়াল।
- কণ্ডিয়াkaṇḍiẏāNoun
গাখীৰ খীৰোবা বাঁহৰ চুঙা; কঁৰীয়া।