কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পতিহিতাpatihitāNoun
ছোবালীৰ কন্যাকালত হোবা এটা শুভ- যোগ
a lucky time for a girl attaining puberty, according to astrological calculation
- পতিহীনাpo.ti.hi.naCommon Noun
A woman whose husband has died and who has not remarried.
- পতিয়নpatiẏana
বিশ্বাস; প্ৰত্যয়
belief; reliance
- পতিয়ন যাpotiyon jaVerb-Trans.
কোনো বিষয়ৰ সত্যতা বা যথাৰ্থতা সম্পৰ্কে বুজা বা সমৰ্থন আদায় কৰ্।
make (someone) agree, understand, or realize the truth or validity of something.
- পতিয়াTransitive verb
[সং. প্ৰত্যয়] বিশ্বাস কৰ্
to trust; to believe
- পতিৱত্নীpo.ti.wot.niProper Adj.
যি তিৰোতাৰ স্বামী জীৱিত আছে ৷
A woman having a living husband
- পতীয়াProper Adj.
বাঢ়িবলৈ আৰম্ভ কৰা বা অঙ্কুৰণ হ’বলৈ ধৰা
related to or concerned with a plant that has started growing
- পতুবাpatubāAdjective
অধিক পাত থকা, গুটি কম ধৰা
abounding in leaves (rather than in fruits)
- পতোবাAdjective; Noun
causing to be laid; caused to be laid
- পতোবাৰpatobāraNoun
পানীৰ সোঁতৰ বেগ বা খূন্দা কমাৰলৈ দিয়া শকত বেৰ; নৈৰ গৰা-খহুনীয়া নিবাৰণ কৰিবৰ নিমিত্তে পানীৰ কাণত শাৰী শাৰীকৈ সাজি দিয়া হেঙেৰা; গৰাৰ দাঁতিত দিয়া বেৰ
a break-water; a barricade erected to prevent erosion by river
- পত্তনpot.tonAbstract Noun
নগৰতকৈ সৰু আৰু গাঁৱতকৈ ডাঙৰ, নিৰ্দ্দিষ্ট সীমা থকা আৰু চৰকাৰী ক্ষমতা-প্ৰাপ্ত স্থানীয় নিকায়ৰ অধীনত থকা এক ঘন জন-বসতিপূৰ্ণ এলেকা
a thickly populated area, usually smaller than a city and larger than a village, having fixed boundaries and certain local powers of government.
- পত্নিসহpot.ni.xo.hoAdverb
নিজ পত্নীৰে সৈতে (কোনো কাম কৰা বা কৰোবালৈ যোৱা)
(go or do something) along with one's wife
- পত্নীpatnīNoun
ভাৰ্য্যা
a wife
- পত্নী-প্ৰসাদpatnī-prasādaNoun
শঙ্কৰদেবে কৰা এখন অঙ্কীয়া নাট।
- পত্নীত্যাগpot.ni.tyagAbstract Noun
a judicial declaration dissolving a marriage in whole or in part, esp. one that releases the husband and wife from all matrimonial obligations
- পত্নীহাpatnīhāNoun
পুৰুষৰ অশুভ যোগ-বিশেষ [এই যোগ মিলিলে পুৰুষৰ ভাৰ্য্যাৰ মৱত্যু হোবাৰ সম্ভাবনা থাকে।]
an evil combination of stars affecting a male person and believed to be fatal to his wife
- পত্নীহা-যোগpot.ni.ha-yo’gAbstract Noun
পুৰুষৰ ভাগ্য গণনা কৰি পোৱা অশুভ যোগ বিশেষ যাৰ ফলত ভাৰ্যাৰ মৃত্যুৰ আশঙ্কা থাকে ।
an inauspicious combination of stars foreboding the death of one's wife ,according to astrological calculation.
- পত্ৰpatraNoun
গছৰ পাত
a leaf
- পত্ৰ বিপণীMaterial Noun
বাতৰি কাকত বিক্ৰীৰ বাবে এটা ষ্টল বা ষ্টেণ্ড
a stall or stand for selling newspapers
- পত্ৰ-সন্দেশpatra-sandeśaNoun
সংবাদ লিখা পত্ৰিকা; বাতৰি লিখি পটোবা কাকত; যেনে-"চাৰিও মণিপুৰীয়া উকীল পত্ৰ-সন্দেশ লৈ স্বৰ্গদেবৰ ওচৰলৈ গল" (বুৰঞ্জী)
a letter of tidings