← ফুৰি যাওক

পত্নীহা

patnīhā

অৰ্থ

1.

পুৰুষৰ অশুভ যোগ-বিশেষ [এই যোগ মিলিলে পুৰুষৰ ভাৰ্য্যাৰ মৱত্যু হোবাৰ সম্ভাবনা থাকে।]

an evil combination of stars affecting a male person and believed to be fatal to his wife

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

পত্নীহা · অসমীয়া অভিধান