পতোবাৰ
patobāra
অৰ্থ
1.
পানীৰ সোঁতৰ বেগ বা খূন্দা কমাৰলৈ দিয়া শকত বেৰ; নৈৰ গৰা-খহুনীয়া নিবাৰণ কৰিবৰ নিমিত্তে পানীৰ কাণত শাৰী শাৰীকৈ সাজি দিয়া হেঙেৰা; গৰাৰ দাঁতিত দিয়া বেৰ
a break-water; a barricade erected to prevent erosion by river
বি.
2.
হেলনীয়া, মাটি নখহাকৈ ৰাখিবলৈ দিয়া বেৰ
a rivetment
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ