কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঘ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঘেলাghelāTransitive verb
আনন্দ আৰু ফিতাহিৰে ব্যবহাৰ কৰ্; যেনে-"হাতী ঘেলাইছে"; "পাটৰ চুৰিয়া ঘেলাইছে"
to use pompously
- ঘেলেং-ঘেটেংghelem-gheṭemNoun
জুলীয়া বস্ত্ত পাত্ৰৰ ভিতৰত লৰিলে বা ঘোদালিলে হোবাৰ নিচিনা শব্দ
sound produced by liquid things when agitated or shaken in a vessel
- ঘেল্ঘেলীয়াghelghelīẏāAdjective
গেল্গেলীয়া।
- ঘেৰgheraNoun
চোলা বা মেখেলা আদিৰ বেৰ
the width or circumference of a garment
- ঘেৰি ধৰ্ghe.ri dhorVerb-Trans.
কিহবাক বা কাৰোবাক সকলো দিশৰে পৰা কেনিও আতৰি,পলাই যাব নোৱাৰাকৈ বন্ধ কৰা৷
To surround/enclose something or somebody completely in a circle.
- ঘেৰিধৰণghe.ri.dho.ronAbstract Noun
কোনো ঠাইলৈ অহা-যোৱা নিষেধ কৰি আবৰি থকা বা আগত থিয় হোৱা
Surrounding or erecting barriers to prevent entry and exit to a place
- ঘেৰো-বাঘghero-bāghaNoun
কুকুৰ-নেচীয়া বাঘ।
- ঘেৰ্gherVerb-Trans.
কিহবাক বা কাৰোবাক সকলো দিশৰে পৰা কেনিও আতৰি,পলাই যাব নোৱাৰাকৈ বন্ধ কৰা৷
To surround/enclose something or somebody completely in a circle.
- ঘেৰ্ঘেৰghergheraNoun
কফে ধৰা ডিঙিৰপৰা ওলোবা শব্দ
an imitative word used to express the sound of breath catching in the throat
- ঘেৰ্ঘেৰণিNoun
ঘেঁহনি; মৰিবৰ সময়ত কফে ধৰা ডিঙিৰপৰা ওলোবা শব্দ
the death rattle
- ঘেৰ্ঘেৰাIntransitive verb; Adjective
A Aঘেৰ্ঘেৰীয়া ঘেৰ ঘেৰ্ কৰা; ডিঙিত কফৰ কাৰণে বা পানী লাগি ভগা আৰু কৰ্কশ (মাত)
hoarse
- ঘেৰ্ঘেৰিghergheriNoun
কফে ধৰা ডিঙিৰপৰা ওলোবা শব্দ
an imitative word used to express the sound of breath catching in the throat
- ঘৈণীghaiṇīNoun
গৱহিণী; পত্নী; ভাৰ্য্যা
a wife
- ঘৈণীয়েকghoi.ni.yekCommon Noun
পুৰুষৰ বৈবাহিক জীৱনৰ সঙ্গী।
a man's partner in marriage; the female spouse.
- ঘৈয়াghaiẏāTransitive verb
ঘা মাৰ্; কটা অস্ত্ৰেৰে কোব মাৰ্ বা প্ৰহাৰ কৰ্
to strike with a cutting weapon
- ঘৈয়ালghaiẏālaAdjective
বৰকৈ ঘা লগোবা; চোকা
sharp; fierce
- ঘোঁক পাৰি পিghom̐ka, pāri, pi
বৰকৈ চুহি চুহি পি
to suck forcibly (said of animal)
- ঘোঁকটNoun
আচল ঠাই; সহজে ঢুকি নোপোবা ঠাই; সহজে সোমাৰ নোবৰা বা বস্ত্ত বিচাৰি নোপোবা ঠাই
a place not easily accessible
- ঘোঁকট-পাকটghom̐kaṭa-pākaṭaNoun
অসুবিধা; কামৰ আউল-জাউল; জঞ্জাল
inconvenience; confusion; difficulty
- ঘোঁকট্ghom̐kaṭTransitive verb
গাঁত বা কোনো বস্ত্তৰ ভিতৰত থকা বস্ত্ত মাৰি আদি সুমাই ৰোক্ বা খোঁচ্
to stir or shake with a stick, etc.; thrust into anything