ঘোঁকট
অৰ্থ
1.
আচল ঠাই; সহজে ঢুকি নোপোবা ঠাই; সহজে সোমাৰ নোবৰা বা বস্ত্ত বিচাৰি নোপোবা ঠাই
a place not easily accessible
বি.
2.
সহজে পাবলৈ, কৰিবলৈ বা বুজিবলৈ টান
difficult to get, do or understand
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ