ঘেলেং-ঘেটেং
ghelem-gheṭem
অৰ্থ
1.
জুলীয়া বস্ত্ত পাত্ৰৰ ভিতৰত লৰিলে বা ঘোদালিলে হোবাৰ নিচিনা শব্দ
sound produced by liquid things when agitated or shaken in a vessel
বি.
2.
অস্হিৰ অবস্হা
state of being unsteady
বি.
3.
অস্তিৰ; তৰল; যেনে-"টোপনি-খতি, গা ঘেলেং-ঘেটেং লাগিছে"
unsteady
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ