কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পতি-প্ৰাণাpo.ti.pra.naCommon Noun
স্বামীক সেৱা কৰাকেই জীৱনৰ ধৰ্ম বুলি ভবা তিৰোতা।
a woman who is very much dedicated and committed to her husband.
- পতি-পৰায়ণাpo.ti-po.ra.yo.naCommon Noun
স্বামীক সেৱা কৰাকেই জীৱনৰ ধৰ্ম বুলি ভবা তিৰোতা।
a woman who is very much dedicated and committed to her husband.
- পতিঘাতিনীpo.ti.gha.ti.niVerbal Adj.
নিজৰ পতি বা স্বামীক হত্যা কৰোঁতা।
a woman who has killed her own husband.
- পতিতpatitaAdjective
পৰা
fallen
- পতিত মাটিMaterial Noun
খেতি-বাতি নকৰা এনেয়ে পৰি থকা, সাধাৰণতে অনুৰ্ব্বৰ মাটি
uncultivated and relatively infertile land
- পতিত-পাবনpatita-pābanaAdjective
পাপীক উদ্ধাৰ কৰা
saving the sinner
- পতিত-পাবনীNoun
পতিতক উদ্ধাৰ কৰোঁতা; ঈশ্বৰ।
- পতিতপাৱনীpo.tit.pa.bo.niProper Noun
ভাৰতবৰ্ষৰ উত্তৰ অঞ্চলৰ মাজেদি বৈ যোৱা এক প্ৰধান নদী।
A major river flowing through the northern part of India.
- পতিতাpo.ti.taCommon Noun
a woman who engages in sexual intercourse for money
- পতিতালয়po.ti.ta.loyMaterial Noun
দেহোপজীৱীনীৰ দেহ ব্যৱসায়ৰ ঠাই।
a house where prostitutes carry their trade.
- পতিতোদ্ধাৰিণীpo.ti.to`t.dha.ri.niProper Noun
ভাৰতবৰ্ষৰ উত্তৰ অঞ্চলৰ মাজেদি বৈ যোৱা এক প্ৰধান নদী।
A major river flowing through the northern part of India.
- পতিত্ব
পতিৰ অবস্হা বা স্বত্ব
the state or right of a husband or lord
- পতিত্বেAdverb
পতিস্বৰূপে
as a husband
- পতিত্যাগpo.ti.tyagAbstract Noun
a judicial declaration dissolving a marriage in whole or in part, esp. one that releases the husband and wife from all matrimonial obligations
- পতিদেৱpo.ti.dewCommon Noun
গিৰিয়েকক বুজোৱা সন্মানজনক সম্বোধন৷ আজিকালি কেতিয়াবা বক্ৰোক্তিৰ সুৰতো ব্যৱহাৰ হয়৷
literally husband-god; traditionally a respectful term for husband. These days sometimes used with sarcasm.
- পতিপ্ৰাণাpatiprāṇāNoun
আপোনাৰ স্বামীক নিজৰ প্ৰাণৰ নিচিনা মৰম কৰা তিৰোতা; সতী
a chaste wife
- পতিপ্ৰিয়াpo.ti.pri.yaCommon Noun
যাক অতিকৈ মৰম কৰা হয়৷
somebody who is loved extensively
- পতিব্ৰতাAdjective
আপোনাৰ স্বামীকে সদায় চিন্তি থকা; সতী; পতি-পৰায়ণা
devoted to the husband; faithful
- পতিহন্তাpo.ti.hon.taVerbal Adj.
নিজৰ পতি বা স্বামীক হত্যা কৰোঁতা।
a woman who has killed her own husband.
- পতিহাpatihāNoun
সহায় পাবৰ আশা
hope of getting aid