← ফুৰি যাওক

পতিত

patita

অৰ্থ

1.

পৰা

fallen

বিণ.

2.

ছন পৰি থকা (মাটি)

lying water or uncultivated

বিণ.

3.

পাপ কৰ্ম্ম কৰি জাত যোবা বা ভ্ৰষ্ট হোবা

degraded; fallen from virtue

বিণ.

4.

ভ্ৰষ্ট মানুহ; পাপী মানুহ

A sinful or fallen person

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

পতিত · অসমীয়া অভিধান