← ফুৰি যাওক

পতিহা

patihā

অৰ্থ

1.

সহায় পাবৰ আশা

hope of getting aid

বি.

2.

তিৰোতাৰ কন্যাকাল হোবা মতে যোগবিশেষ [এই যোগ হ'লে স্বামী মৰে।]

an unfavourable time of attaining puberty on the part of a girl as calculated by astrologers

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ