কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঘ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঘেংghemNoun
কুকুৰে কামুৰিবৰ সময়ত কৰাৰ নিচিনা শব্দ
an imitative word used to express the sound uttered by a dog when attacking an animal
- ঘেং কৰি উঠ্
ৰৰ খং কৰি ভেকাহি মাৰি দি
utter loud angry words while intimidating
- ঘেং কৰেAdverb
ঘেং শব্দ কৰি।
- ঘেওঁgheo`~Material Noun
টাকুৰী বা মহুৰাত থকা কম পৰিমাণৰ সূতা
a small quantity of thread in the wheel
- ঘেকেচ্ghekecNoun
দাৰে কটাৰ শব্দ।
- ঘেকেটাghekeṭāAdjective
ঘিণ কৰা; অপৰিষ্কাৰ
hateful; bad; unclean
- ঘেকেটা খোবা, ঘেকেটি খোবা
বাৰে বাৰে অপমান পাই বা ঘাটি খাই নিলাজ হোবা
deprived of self-respect by being subject ot frequent insults or ill treatment
- ঘেকেৰ্ghekerNoun
দাৰে কোব মাৰোঁতে বা কুকুৰে কামোৰ মাৰিলে হোবাৰ নিচিনা শব্দ
an imitative word used to express a short, quick sound produced by the stroke of a dāo or sword or biting of a dog
- ঘেক্ঘেকিghekghekiNoun
খেচ্খেচনি; কৰ্কশ ৰূপে খোজা
annoyance caused by repeated dunning
- ঘেগghegaNoun
মাদলীয়া।
- ঘেগেলাghegelāNoun
ঘুগুলা।
- ঘেঙনিgheṅaniNoun
কুকুৰৰ গোঁজৰণি; গেঙেৰি
the growl of a dog
- ঘেঙাgheṅāIntransitive verb
কুকৰৰ দৰে গোঁজৰ্; গেঙেৰি দি
to snarl as a dog
- ঘেঙেৰাghe.nge.raVerbal Noun
বাৰে বাৰে কাতৰভাৱে খোজা কাৰ্য্য
repeated demand in a piteous tone
- ঘেটেলাgheṭelāAdjective
মলিযুক্ত; লেতেৰা
dirty
- ঘেতাghetāNoun
ঘাত; গান-বাজনাৰ মান বা ছেও; গীত-বাদ্যৰ এক এক অংশ শেষ হওঁতে বজোবা বাজনা
musical flourish made at the conclusion of each part of a musical performance
- ঘেতা মাৰ্
ঘাৎ; ঘাত মাৰ্; গায়ন গোবাত বা ভাবনাত মান্য লোকক সম্মান দেখাবৰ কাৰণে তেওঁৰ ওচৰলৈ গৈ অলপ সময় বাজনা বজাই সামৰণি মাৰ্
to sound a flourish of musical instrument in the presence of a person to show him respect
- ঘেদাল্ghedālIntransitive verb
ঘোদাল্; পানী খঁচি ধেমালি কৰ্
to play in water
- ঘেন্টেপীয়াghenṭepīẏāAdjective
সৰু আৰু জাক পাতি কমোবা (মাছ)
small and swimming in swarm, said of fish
- ঘেলঘেলীয়াghel.ghe.li.yaAdjective Adj.
বোকাই ঢাকি ৰখা বা বোকাৰে পৰিপূৰ্ণ।
covered in or full of mud (of a surface or solid object).