← ফুৰি যাওক

ঘেতা মাৰ্

অৰ্থ

1.

ঘাৎ; ঘাত মাৰ্; গায়ন গোবাত বা ভাবনাত মান্য লোকক সম্মান দেখাবৰ কাৰণে তেওঁৰ ওচৰলৈ গৈ অলপ সময় বাজনা বজাই সামৰণি মাৰ্

to sound a flourish of musical instrument in the presence of a person to show him respect

2.

বাজনাৰ ছেও মাৰ্; গীত-বাদ্য এক অংশৰ সামৰণি মাৰ্

to mark the end of a part of a song by a flourish of musical instruments

3.

অন্ত কৰ্ বা হ

to close; to terminate

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ