← ফুৰি যাওক

ঘেকেচ্

ghekec

অৰ্থ

1.

দাৰে কটাৰ শব্দ।

বি.

2.

ইচ্ছা নকৰাকৈ বা নজনাকৈ অকস্মাৎ কৰা সামান্য জগৰ বা দায়

a slight unintentional fault

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঘেকেচ্ · অসমীয়া অভিধান