কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ফ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ফুটপাথphut.pathMaterial Noun
মূল পথৰ দুয়োকাষে খোজ কাঢ়ি যাবৰ কাৰণে সজা ঠেক বাট।
Walk consisting of a paved area for pedestrians; usually beside a street or roadway.
- ফুটফাটphuṭaphāṭaNoun
উবাদিহ; সম্ভেদ; অলপ সংবাদ
a trace or clue; a slight intimation
- ফুটফুটীয়াphuṭaphuṭīẏāAdjective
ফুটুকা-ফুটুকী; . b >2/b>। অনেক সৰু সৰু খহু থকা
spotted ; rough; scabby
- ফুটবলphuṭabalaNoun
ভৰিৰে খেলা বল
football
- ফুটমনিয়াৰphuṭamaniẏāraNoun; Adjective
কোনো বস্ত্তৰ ফুট উঠিছে নে নাই বুজিব বা মনিব পৰা; চতুৰ; সুযোগ বুজিব পৰা (মানুহ)
clever and practical (man)
- ফুটাNoun
বিন্ধা
a puncture; a hole
- ফুটাphuṭāTransitive verb
বিন্ধা কৰ্; ফুটা কৰ্
to pierce; to perforate
- ফুটা কপালphu.ta ko.palAbstract Noun
ভাগ্য বেয়া হোৱা অৱস্থাটো৷
A bad luck that has caused a trouble.
- ফুটা-কড়িphuṭā-kaṛiNoun
ফুটা বা বিন্ধা থকা অৰ্থাৎ মূল্যহীন কড়ি বা আন বস্ত্ত
a worthless thing
- ফুটাইphuṭāi
অসমা. ক্ৰি. সকলোবে শুনাকৈ; স্পষ্টকৈ
audibly; clearly
- ফুটাই দেphu.tai.deVerb-Trans.
আৱৰণ বা ৰোধ অতিক্ৰম কৰি ভিতৰলৈ সোমাই যা
to pass into or through, often by overcoming resistance,
- ফুটাকপলীয়াphu.ta.ko.po.li.yaProper Adj.
যাৰ ভাগ্য বেয়া
one who suffers bad luck
- ফুটাফুটেAdverb
একো একো ফুটা নভঙাকৈ; সক. ধা. ফুটিয়া ফুটবিলাক বেলেগ কৰ্; ফল ফালি ফুটাবিলাক উলিয়া
to separate the carpels of a fruit
- ফুটিphuṭiNoun
ভঁৰালৰ ধান আদি শস্য খোবা এবিধ সৰু বগা পাখি থকা পোক
a kind of small fly
- ফুটি-ফাটিphuṭi-phāṭiAdverb
বহলকৈ প্ৰচাৰ হৈ (যা)।
- ফুটি-মণিphuṭi-maṇiNoun
সৰিয়হ একোটিৰ সমান কাচৰ এবিধ বিদেশী মণি
a kind of very small beads of glass, etc.
- ফুটি-মাৰিphuṭi-māriNoun
গেৰেলী-মাৰিক মাকোৰ খোলনিত হেঁচি ধৰি ৰখা সৰু শলা
a small pin
- ফুটিগজালphuṭigajālaNoun
এবিধ সৰু চুটি গজাল
a small nail
- ফুটিফাটি যাphu.ti.pha.ti jaVerb-Intran.
To come open or fly apart suddenly or violently, especially from internal pressure
- ফুটিয়া গাখীৰphu.ti.ya ga.khirMaterial Noun
কেঁচা, দৈ নোহোৱা সতেজ গাখীৰ৷
fresh milk, fresh milk before turned to curd.