← ফুৰি যাওক

ফুটি

phuṭi

অৰ্থ

1.

ভঁৰালৰ ধান আদি শস্য খোবা এবিধ সৰু বগা পাখি থকা পোক

a kind of small fly

বি.

2.

কটাৰীৰ ডাব লগোবাত ব্যবহাৰ কৰা এবিধ চেপেটা মূৰেৰে গজাল; নাল বা ডাবৰ লগত কটাৰী লগাই ধৰি ৰখা সৰু শলা

a small stud or a pin

বি.

3.

হেলা নকৰি লৰি-চৰি ফুৰা গুণ

smartness; activity

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ