← ফুৰি যাওক

ফুটা

phuṭā

অৰ্থ

1.

বিন্ধা কৰ্; ফুটা কৰ্

to pierce; to perforate

সক. ধা.

2.

শব্দ কৰ্

to crack; to cause to make sound

সক. ধা.

3.

বিন্ধা

hole

বি.

4.

ফুট; বিণ. ফুটাফুট এফুটা এফুটা কৰি বেলেগোবা

separated, as the carpels of a fruit

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ফুটা · অসমীয়া অভিধান