কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ধ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ধুমাধুমAdjective
সৰহীয়া আৰু বেগাই কৰিব লগা (কাম); খন্তেকো নোৰোবা আৰু বৰ হাই-উৰিমিৰে কৰা (দন্দ আদি)
heavy and pressing (work); continuous and noisy (e. g., quarrel)
- ধুমাধুমিAdjective
সৰহীয়া আৰু বেগাই কৰিব লগা (কাম); খন্তেকো নোৰোবা আৰু বৰ হাই-উৰিমিৰে কৰা (দন্দ আদি)
heavy and pressing (work); continuous and noisy (e. g., quarrel)
- ধুমায়মানdhu.mayo.manProper Adj.
ধোঁৱা ওলাই থকা; যেনেঃ গাঢ় নাইট্ৰিক এচিড, চালফিউৰিক এচিড, হাইড্ৰক্লৰিক এচিড আদি|
Producing or emitting smoke or vapor, as for certain concentrated nitric, sulfuric, and hydrochloric acids.
- ধুমাৰ্জ্জয়Adjective
ধুমেৰে খুন্দা বা পিটাৰ নিচিনা; ডাঙৰ শব্দ বা হাই কৰা; তুমুল; প্ৰবল (দন্দ, বৰষুণৰ)
heasy; noisy; boisterous
- ধুমাৰ্জয়Adjective
ধুমেৰে খুন্দা বা পিটাৰ নিচিনা; ডাঙৰ শব্দ বা হাই কৰা; তুমুল; প্ৰবল (দন্দ, বৰষুণৰ)
heasy; noisy; boisterous
- ধুমীয়াdhumīẏāAdjective
বাৰ বংশ লোপ হৈছে; নিৰ্ব্বংশ
extinct, as a family
- ধুমুচিdhumuciNoun
ছালেৰে সজা প্ৰাচীন বাদ্য-বিশেষ; যেনে-"মৱদঙ্গ মন্দিৰা খোল ধুমুচিৰ শুনি ৰোল গোগোনা যে বজাবে মুৰুৰু" (দৰং- ৰাজবংশাবলী)।
- ধুমুহাdhumuhāNoun
বৰ বতাহ; বানাহ
a tempest; a storm
- ধুমুৰাdhumurāNoun
ডাঙৰ ল'ৰা (বিদ্ৰপত)
a grown-up child
- ধুমোচিdhumociNoun
ছালেৰে সজা প্ৰাচীন বাদ্য-বিশেষ; যেনে-"মৱদঙ্গ মন্দিৰা খোল ধুমুচিৰ শুনি ৰোল গোগোনা যে বজাবে মুৰুৰু" (দৰং- ৰাজবংশাবলী)।
- ধুম্-ধাম
বৰ আড়ম্বৰ; সমাৰোহ
ado; eclat
- ধুম্-ধুপাল্dhum-dhu.palAbstract Noun
আনক খং দেখুৱাবৰ নিমিত্তে বস্তু-বেহানি যেনি তিনি থেকেচি পেলোৱা৷
throwing about things violently to show anger or displeasure.
- ধুম্ৰdhum.roMaterial Noun
জুইলগা বস্তুৰপৰা ওলোৱা বাস্প ।
a gas or vapour that smells strongly or is dangerous to breathe in.
- ধুম্ৰাProper Adj.
কামৰ অযোগ্য, একো নজনা।
one who is not worth of doing anything.
- ধুলাইdhulāiAdjective
বগা কৰি ধোবা
bleached
- ধুৰdhuraNoun
একঠাৰ কুৰি ভাগৰ এভাগ; এলোচা
one lessa of land; one-twentieth part of a kaṭhā
- ধুৰন্ধৰdhurandharaAdjective
শ্ৰেষ্ঠ; অগ্ৰগণী (ব্যবহাৰত নিন্দাৰ্থক)
prominent
- ধুৰাdhurāNoun
গীতৰ দোহাৰ
the chorus of a song
- ধুৰা পাৎdhurā, pāt
জিৰণিৰ বাবে বা খাব-ল'বলৈ কিছু কাল কোনো ঠাইত থাক্
to wait awhile for rest or before doing anything
- ধুৰুপdhurupaAdjective
সঁচা; সত্য; নিশ্চয়
true; certain