← ফুৰি যাওক

ধুমায়মান

dhu.mayo.man

অৰ্থ

1.

ধোঁৱা ওলাই থকা; যেনেঃ গাঢ় নাইট্ৰিক এচিড, চালফিউৰিক এচিড, হাইড্ৰক্লৰিক এচিড আদি|

Producing or emitting smoke or vapor, as for certain concentrated nitric, sulfuric, and hydrochloric acids.

প্ৰকৃত বিশেষণ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ধুমায়মান · অসমীয়া অভিধান