← ফুৰি যাওক

ধুমুচি

dhumuci

অৰ্থ

1.

ছালেৰে সজা প্ৰাচীন বাদ্য-বিশেষ; যেনে-"মৱদঙ্গ মন্দিৰা খোল ধুমুচিৰ শুনি ৰোল গোগোনা যে বজাবে মুৰুৰু" (দৰং- ৰাজবংশাবলী)।

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ধুমুচি · অসমীয়া অভিধান