কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ই’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ইয়ালৈiẏālaiPronoun; Adverb
এই ঠাইলে
to this place
- ইয়াৰiẏāraPronoun
এই ঠাইৰ
of this place
- ইয়াৰ পাছতi.yar pa.sotAdverb
starting from this time; in the future
- ইয়াৰ পিছতi.yar pi.sotAdverb
নিৰ্দ্ধাৰিত সময়ৰ পিছত |
Happening at a time subsequent to a reference time.
- ইয়াৰপৰাPronoun
এই কাৰণে, ঠাই, বস্ত্ত, জীব বা মানুহৰপৰা
for this cause, place, thing, man or being
- ইয়াৰিংiẏārimNoun
কাণত পিন্ধা অলঙ্কাৰ; কাণ-ফুল।
ear-ring
- ইয়াৰ্কিiẏārkiNoun
পাতল ভাব; চুপতি; ঠাট্টা
waggery; foppish; merriment
- ইয়ুনানীiẏunānīAdjective
গ্ৰীক-দেশীয় (চিকিৎসা আদি)।
Ionian
- ইয়েৰিংMaterial Noun
কাণত পিন্ধা সৰু অলঙ্কাৰ
jewelery to ornament the ear; usually clipped to the earlobe or fastened through a hole in the lobe
- ইৰণi.ronAbstract Noun
dry place,An area often covered with sand or rocks, where there is very little rain and not many plants:
- ইৰম্মদi.rom.modCommon Noun
ডাঠ, প্ৰায় নোমহীন ছাল-যুক্ত, দীঘল, নমনীয়, খাদ্য সংগ্ৰহকাৰী এডাল শুঁড় থকা, ওপৰ-পাৰিৰ আগদাঁত দুটা ৰূপান্তৰিত হৈ দীঘল বেঁকা ৰূপ লোৱা, আৰু আফ্ৰিকীয় প্ৰজাতিৰ ক্ষেত্ৰত বিছনীৰ আকৃতিৰ ডাঙৰ কাণ থকা এবিধ ডাঙৰ তৃণভোজী স্তন্যপায়ী জন্তু
A very large herbivorous mammals having thick, almost hairless skin, a long, flexible, prehensile trunk, upper incisors forming long curved tusks of ivory, and, in the African species, large fan-shaped ears.
- ইৰাi.raMaterial Noun
প্ৰায় সকলো উদ্ভিদ আৰু প্ৰাণীৰ বাবে অপৰিহাৰ্য্য স্বচ্ছ, বৰণহীন, গন্ধহীন আৰু স্বাদহীন জুলীয়া পদাৰ্থ
A clear, colorless, odorless, and tasteless liquid, H<sub>2</sub>O, essential for most plant and animal life.
- ইৰাকi.rakProper Noun
পশ্চিম এচিয়াৰ এখন দেশ
Iraq, officially the Republic of Iraq, is a country in Western Asia that borders Turkey to the north, Iran to the east, Kuwait to the southeast, Saudi Arabia to the south, Jordan to the southwest, and Syria to the west.
- ইৰানirānaNoun
পাৰস্য দেশৰ নাম। ইৰানী; পাৰস্য দেশৰ
Persian
- ইৰাবানirābānaNoun
সাগৰ
the ocean
- ইৰাৱতi.ra.wotMaterial Noun
পৃথিৱী-পৃষ্ঠৰ সৰহভাগ ঠাই অধিকাৰ কৰি থকা লোণযুক্ত পানী থকা বিশাল জলৰাশি।
a salt water body that cover the greater part of the earth's surface.
- ইৰাৱতীira.wo.tiProper Noun
কাশ্যপৰ নাতি, ইন্দ্ৰৰ হাতী ঐৰাৱতৰ মাক৷
Iravati is a character in the mythology of India. She is a daughter of Kadru and granddaughter of Kasyapa. She is the mother ofAiravata, the mount of Indra
- ইৰাৱানi.ra.wanMaterial Noun
পৃথিৱী-পৃষ্ঠৰ সৰহভাগ ঠাই অধিকাৰ কৰি থকা লোণযুক্ত পানী থকা বিশাল জলৰাশি।
a salt water body that cover the greater part of the earth's surface.
- ইৰিণi.rinAbstract Noun
dry place,An area often covered with sand or rocks, where there is very little rain and not many plants:
- ইৰ্ষনীয়ir.xo.ni.yoVerbal Adj.
ইৰ্ষা কৰিব লগীয়া
worthy of envy