ইৰাবান
irābāna
অৰ্থ
1.
সাগৰ
the ocean
বি.
2.
নাগ-কন্যা উপুলীৰ গৰ্ভত ওপজা অৰ্জ্জুনৰ পুতেক
a son of Arjuna
বি.
3.
হিমালয় পৰ্ব্বতৰ এটা পুখুৰী [ইয়াৰপৰা ইৰাবতী নৈ অলাইছে]।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ