← ফুৰি যাওক

ইৰাৱতী

ira.wo.ti

অৰ্থ

1.

কাশ্যপৰ নাতি, ইন্দ্ৰৰ হাতী ঐৰাৱতৰ মাক৷

Iravati  is a character in the mythology of India. She is a daughter of Kadru and granddaughter of Kasyapa. She is the mother ofAiravata, the mount of Indra

সংজ্ঞাবাচক বিশেষ্য

2.

ম্যানমাৰৰ প্ৰাণ স্বৰূপ দেশখনৰ উত্তৰাদক্ষিনাকৈ বৈ যোৱা মুখ্য নদী৷ হিন্দু উপাখ্যানত উল্লেখ আছে৷

The main river of Myanmar flowing across the country from north to south. Found mention in hindu mythology.

সংজ্ঞাবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ