কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ছ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ছুটিয়া শালিকাsu.ti.ya xa.li.kaProper Noun
ভাৰত, ইন্দোনেছিয়া আদি দেশত পোৱা শালিকা-জাতীয় এবিধ চৰাই৷
A bird of the sterling family, found from India to Indonesia.
- ছুটীchuṭīNoun
অবসৰ; কামৰপৰা লোবা বদায়
leave of absence
- ছুটী মাৰsu.ti marVerb-Intran.
দীঘল বেঙা মেলি দৌৰা৷
to run, move with easy, long steps.
- ছুট্chuṭIntransitive verb
লৰ মাৰ্; ঢাপলি মেল্
to run
- ছুড’কুsu.do``.kuCommon Noun
সংখ্যাৰে খেলা সাঁথৰ৷
a popular puzzle game (originated in Japan) played by placing numbers in a grid so that each number only appears once in each row, column, and region.
- ছুদানsu.danAbstract Noun
আফ্ৰিকা মহাদেশৰ উত্তৰ পূৱত অৱস্থিত এখন দেশ৷
A country in North-East of Africa.
- ছুনামিsu.na.miAbstract Noun
সাগৰৰ তলিত হোৱা ভূমিকম্প অথবা আগ্নেয়গিৰি উদ্গীৰণৰ ফলত উঠা অসাধাৰণভাৱে বিশাল সাগৰীয় ঢৌ
an unusually large sea wave produced by a seaquake or undersea volcanic eruption
- ছুন্নতchunnataNoun
খটনা।
- ছুপাchupāNoun
জোপা
a cluster
- ছুপাৰিchupāriNoun
নোগোৰোবাকৈ শুকাই থোবা তামোল
dry betel-nut
- ছুপাৰিছchupārichaNoun
অনুৰোধ; যেনে-"এমত যে সুপাৰিচ লিখিছ এগোট উত্তম কৰিছ" (পুৰণি আসাম বুৰঞ্জী)।
- ছুপৰ্দchupardaNoun
বিচাৰৰ বাবে প্ৰেৰণ।
- ছুফাৰিsu.pha.riMaterial Noun
নোগোৰোৱাকৈ শুকাই থোৱা তামোল
dry Areca Nut
- ছুফীবাদsu.phi.badAbstract Noun
মুছলমানসকলৰ এক বিশেষ মতবাদ য’ত ধৰ্মীয় মৌলবাদী চিন্তাধাৰাৰ উৰ্ধত, ইছলাম ধৰ্মৰ গোপন তথ্যভিত্তিক সাধনা আৰু আধ্যাত্মিক উৎকৰ্ষতাক বিশেষ প্ৰাধান্য দিয়া হয়৷
The sufism, a renoun philosophy of Islam which is based on secret islamic ideology of the Prophet and great spiritual leaders.
- ছুবাchubāNoun
গাঁবৰ বা নগৰৰ কোনো এভাগ; লদা; যেনে-"এচুবা গোবৰ"
a division of a town or village; a lump (as of cowdung)
- ছুবাদাৰchubādāraNoun
কোনো প্ৰদেশৰ শাসনকৰ্ত্তা
governor
- ছুৰীchurīNoun
সৰু, দীঘল, আৰু আঁকোৰা আগ নথকা কটাৰী; কলমত্ৰাচ
a knife
- ছুৰী-কটাৰীsu.ri-ko.ta.riMaterial Noun
সৰু, দীঘল, আৰু আঁকোৰা আগ নথকা কটাৰী ৷
A relatively smaller cutting instrument that has a pointed blade with a sharp edge and a handle.
- ছুৰুchuruNoun
আৰম্ভ
beginning
- ছুৰু কৰ্
আৰম্ভ কৰ।