← ফুৰি যাওক

ছুবা

chubā

অৰ্থ

1.

গাঁবৰ বা নগৰৰ কোনো এভাগ; লদা; যেনে-"এচুবা গোবৰ"

a division of a town or village; a lump (as of cowdung)

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ছুবা · অসমীয়া অভিধান