← ফুৰি যাওক

ছুটী

chuṭī

অৰ্থ

1.

অবসৰ; কামৰপৰা লোবা বদায়

leave of absence

বি.

2.

কাৰ্য্যৰ সময় অতীত; যেনে-"পঢ়াশালি ছুটী হ'ল।"

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ছুটী · অসমীয়া অভিধান