কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কণাkaṇāNoun
একণ; ক্ষুদ্ৰ অংশ; নিচেই অলপমান
a small particle
- কণা পদাৰ্থবিজ্ঞানko.na po.dar.tho.bi.gyanAbstract Noun
মৌলিক পদাৰ্থকণাৰ বিষয়ে অধ্যয়ণ কৰা পদাৰ্থ বিজ্ঞানৰ এটি শাখা৷
The study of the basic elements of matter and the forecasting among them. It aims to determine the fundamental laws that control the make-up of matter and the physical universe.
- কণা বিধতা
নিমৰমিয়াল বিধাতা।
- কণা-বেহাkaṇā-behāNoun
লাভ নোহোবা বেহা বা বেপাৰ; অসাৰ্থক চেষ্টা
unprofitable trade or business; fruitless; endeavour
- কণা-মুনাkaṇā-munāNoun
চকুৰে নেদেখা বা নমনা হোবা অবস্হা; কণাৰ নিচিনা বুজিববা মনিব নোবৰা হোবা অবস্হা
state of being in blindness or ignorance
- কণা-মুৰিkaṇā-muriNoun
কোনফালে যাঁও, কোনফালে নেযাওঁ ভাবি বিতত হোবা অবস্হা; অগা-ভেটা লগা; বাট-ফেঁৰা লগা
state of being confused as to whoch way to proceed; bewilderment
- কণা-মুৰি লাগ্
কোনফালে যাওঁ, কোনফালে নেযাওঁ ভাবি বিতত ্ হ।
- কণাকটাkaṇākaṭāNoun
বৰপেটা অঞ্চলৰ খেল-নাবত নাম লগাই দিওঁতা।
- কণাকণিkaṇākaṇiNoun
আনে নুশুনাকৈ কাণে কাণে কথা কোবা; গোপনে কথা-বতৰা কোবা
act of whispering to one another
- কণাকণি কৰ্ko.na.ko.ni korVerb-Intran.
সৰুকৈ কথা ক৷
to talk in a very low voice.
- কণাকড়িkaṇākaṛiNoun
পানী-পৰুবা; জাক বান্ধি পানীৰ ওপৰত লৰি ফুৰা এবিধ পোক।
- কণাদkaṇādaNoun
বৈশেষিক নামৰ দৰ্শন শাস্ত্ৰ লিখা মুনি এজনৰ নাম
the name of the founder of the Vaiśeṣika school of philosophy
- কণাদিProper Noun
`বৈশেষিক` নামৰ দৰ্শন শাস্ত্ৰৰ লিখক এজন মুনি
the name of the author of the Vaiśeṣika, a book of Hindu philosophy
- কণাপুণীkaṇāpuṇīNoun
এবিধ সৰু পুণী।
- কণামাকৰিkaṇāmākariNoun
কাণৰ ভিতৰৰ মলি
ear-wax
- কণামাচিkaṇāmāciNoun
সৰু ল'ৰা-ছোবালীয়ে চকুত কাপোৰ বান্ধি কৰা এবিধ ধেমালি
a children's sport
- কণামুচৰিkaṇāmucariNoun
পানীৰ দাঁতিত চকু আধা মুদ খুবাই ডিঙি কোঁচ খুবাই জুপুকা মাৰি মাছলৈ খাপ দি থকা এবিধ বগ-জাতীয় মুগা বৰণৰ চৰাই; কাণী-বগুলা
the paddy bird
- কণামুনাko.na.mu.naProper Adj.
এনে অপৰিষ্কাৰ বা ধোঁৱাময় অৱস্থা যে দেখা বা শুনাত অসুবিধা।
in a condition full of haze or other noises making it difficult for things to be seen or heard.
- কণাৰ দলিkaṇāra, daliNoun
কণা মানুহে মৰা দলিৰ নিচিনা ক'ত লাগে, ক'লৈ যায়, তাৰ ঠিক নোপোবা কাৰ্য্য; কি ফল ধৰে, তাৰ নিশ্চয় নোহোবা চেষ্টা
any work or attempt the results of which are uncertain
- কণাৰ লাখুটিkaṇāra, lākhuṭiNoun
অথন্তৰ বা নিৰাশ্ৰয় অবস্হাত পোবা অলপ আশ্ৰয় বা সহায়
something to stand by or depend upon