কণা
kaṇā
অৰ্থ
1.
একণ; ক্ষুদ্ৰ অংশ; নিচেই অলপমান
a small particle
বি.
2.
অন্ধ; দেখা শক্তি নথকা
blind; without the faculty of seeing
বিণ.
3.
উৎপন্ন কৰা গুণ বা শক্তি যাৰ শূন্য; যেনে-"কণা পিয়াহ, কণা ধান"
devoid of the power of production
বিণ.
4.
আন বাটত নেলাগি মাজতে নাইকিয়া হোবা; যেনে-"কণা বাট"; বি. কণা মানুহ,
a blind man
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ