← ফুৰি যাওক

কণা-মুনা

kaṇā-munā

অৰ্থ

1.

চকুৰে নেদেখা বা নমনা হোবা অবস্হা; কণাৰ নিচিনা বুজিববা মনিব নোবৰা হোবা অবস্হা

state of being in blindness or ignorance

বি.

2.

এন্ধাৰ

obscure; dark

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কণা-মুনা · অসমীয়া অভিধান