কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘শ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- শইকীয়াśaikīẏāNoun
আহোম ৰজাৰ দিনৰ এশ গোট কাঁড়ীৰ ওপৰত থকা বিষয়া
an officer of the Āhom king's time whose duty was to supervise the work of one hundred units of labourers
- শইচśaicaNoun
খেতিৰপৰা হোবা ধান, মাহ আদি বীজ; ফছল; শস্য
crop
- শকśakaNoun
মধ্য এছিয়াৰ প্ৰাচীন জাতি-বিশেষ
the Scythians
- শক পাśaka, pā
কোনো কাম কৰাৰ বুদ্ধি জান্
to know how to do anything
- শকটśakaṭaNoun
গাড়ী
a cart
- শকট-ভঞ্জনśakaṭa-bhañjanaNoun
শকট ভাঙোতা অৰ্থাৎ কৱষ্ণ
a name of Krsna
- শকটাৰিxo.ko.ta.riProper Noun
ভগৱান বিষ্ণুৰ এক অৱতাৰ৷
one incarnation of Lord Vishnu, after Lord Ram and before Lord Buddha. He is a central deity in the 'Mahabharat'.
- শকতśakataAdjective
পুষ্ট; ডাঙৰ গাৰ; লোধোমা; পৰাক্ৰমী; টান; সাংঘাতিক
stout; big; strong; hard; serious
- শকত হxo.kot hoVerb-Intran.
দেহৰ ওজন বৃদ্ধি হ বা দৈহিক শ্ৰীবৃদ্ধি হ
to gain in weight or vigour
- শকতিxo.kotAbstract Noun
সবল হোৱা গুণ
the quality of being strong
- শকাব্দ
এইমতে নিৰূপণ কৰা বছৰ।
- শকাৰśakāraNoun
শ আখৰ; . 'শ'।
letter
- শকুনিśakuniNoun
দুৰ্য্যোধন ৰজাৰ মোমায়েক
the maternal uncle of king Duryodhana
- শকুন্তলাśakuntalāNoun
ৰজা দুষ্মন্তৰ ভাৰ্য্যা; ভৰত ৰজাৰ মাক [বিশ্বামিত্ৰ মুনিৰপৰা মেনকা অপেস্বৰাৰ গৰ্ভত এওঁৰ জন্ম হয়; জন্মা মাত্ৰকে মাক-বাপেক এওঁক এৰি গ'লত কিছুমান চৰায়ে বেৰি থাকোঁতে কণ্ব মুনিয়ে পাই তুলি লৈছিল।]
Śakuntalā, the daughter of Menakā by Viśvāmitra and heroine of the famous drama by Kālidāsa
- শকৃৎxo.kritMaterial Noun
মানুহ বা অন্য প্ৰানীয়ে হজম কৰি অতিৰিক্ত ত্যাগ কৰা অংশ।
The solid waste matter discharged from the body.
- শক্কৰxo.kkorCommon Noun
পূৰ্ণবয়স্ক মতা গৰু৷
The male of bovine quadrupeds, especially the domestic animal when castrated and grown to its full size, or nearly so. Mostly used to say about an adult male cow.
- শক্তśaktaNoun
পাৰ্গত; সমৰ্থ
able
- শক্তিśaktiNoun
বল; পৰাক্ৰম
power; strength
- শক্তি চাই ভক্তি যাৰśakti, cāi, bhakti, yāra
যি সাধ্য, সেই পৰিমাণে কৰা কাৰ্য্য
doing accoridng to one's capacity
- শক্তি দেxok.ti deVerb-Trans.
কাম কৰিবলৈ বল দে বা সক্ৰিয় কৰি তোল্
to give energy to or rouse into activity