← ফুৰি যাওক

শকুনি

śakuni

অৰ্থ

1.

দুৰ্য্যোধন ৰজাৰ মোমায়েক

the maternal uncle of king Duryodhana

বি.

2.

কুমন্ত্ৰণা দিয়া মানুহ

a habitual evil-counsellor

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

শকুনি · অসমীয়া অভিধান