শক
śaka
অৰ্থ
1.
মধ্য এছিয়াৰ প্ৰাচীন জাতি-বিশেষ
the Scythians
বি.
2.
শকাদিত্য (শালিবাহন) ৰজাৰ দিনৰপৰা চলা এটা ছন বা বছৰৰ লেখ [ইংৰাজী ছনৰপৰা
বি.
3.
বছৰ বিয়োগ কৰিলে এইটো শক ওলায়]
the Śaka era
বি.
4.
এইৰূপে চলা আন বছৰৰ লেখ
any era
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ