কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মতিবিভ্ৰংশmo.ti.bi.bhrong.xoAbstract Noun
অতিপাত খং, উত্তেজনা বা মানসিক ব্যাধিৰ বাবে হোৱা অবুজন বা অসংবেদনশীল অৱস্থা।
the state of being insensitive or unreasonable due to anger, excitement or mental illness.
- মতিভ্ৰংশmo.ti.bhrong.xoAbstract Noun
অতিপাত খং, উত্তেজনা বা মানসিক ব্যাধিৰ বাবে হোৱা অবুজন বা অসংবেদনশীল অৱস্থা।
the state of being insensitive or unreasonable due to anger, excitement or mental illness.
- মতিভ্ৰমmo.ti.bhromAbstract Noun
শুদ্ধতা বা সঠিকতাৰ পৰা আঁতৰি যোৱা; যি মিছা তাক বিশ্বাস কৰা অৱস্থা
a deviation from accuracy or correctness; the condition of believing what is not true
- মতিমানmatimānaAdjective
বুধিয়ক; জ্ঞানী
intelligent; sensible
- মতিহীনmatihīnaAdjective
জ্ঞানহীন; বুদ্ধিহীন; অজ্ঞানী
stupid; ignorant
- মতুলmatulaAdjective
লোণ, তেল, মচলা আদি জোখমতে হোবাত খাবলৈ ভাল লগা (আঞ্জা)
palatable
- মতেmateIndeclinable
মত বা বিধান অনুসাৰে
according to the prescribed rules or tenet
- মতোবালmatobālaAdjective
মতলীয়া।
- মত্তmattaAdjective
ৰাগিয়াল বস্ত্ত খাই, বৰকৈ আনন্দ পাই বা বৰকৈ খং উঠাত আপোন পাহৰা; বেছিকৈ পাশবিক ভাবাপন্ন হোবা; উন্মত্ত
intoxicated by drugs or with pleasure or rage; mad with any passion
- মত্ততাmot.to.taAbstract Noun
অতিপাত খং, উত্তেজনা বা মানসিক ব্যাধিৰ বাবে হোৱা অবুজন বা অসংবেদনশীল অৱস্থা।
the state of being insensitive or unreasonable due to anger, excitement or mental illness.
- মত্সৰmot.xor
আনৰ বেয়া হোৱাটো বাঞ্ছা কৰা অথবা আনৰ সৌভাগ্য দেখি অসুখী হোৱা৷
Wishing evil to others or unhappy at others good fortune
- মত্সৰীmot.xo.riProper Adj.
আনৰ বেয়া হোৱাটো বাঞ্ছা কৰা অথবা আনৰ সৌভাগ্য দেখি অসুখী হোৱা৷
Wishing evil to others or unhappy at others good fortune
- মতৰmataraNoun
তিৰোতাই মতাক বশ কৰা ঔষধ
medicine used by a woman to bring her husband or paramour to her subjection
- মতৰী
মতাক বশ কৰিবলৈ মন্ত্ৰ বা ঔষধ ব্যবহাৰ কৰা তিৰোতা, দুষ্টা তিৰোতা
wicked; unchaste (said of woman)
- মথনmathanaNoun
মথা বা ঘোঁটা কাৰ্য্য
the act of churning
- মথনীmathanīNoun
ঘোঁটনী; ঘোঁটা-মাৰি
a churning stick
- মথাউৰিmathāuriNoun
বাঢ়নী পানী ভেটিবৰ কাৰণে নৈৰ পাৰে পাৰে বন্ধা ওখ আলি
an embankment along the edge of a river
- মথাৰিmathāriNoun
মূৰত মৰা কাপোৰ; পাগুৰিৰ দৰে মূৰত মেৰোবা কাপোৰ; . b >2/b>। (পু. অ.) মথাউৰি; যেনে-"ফটিকৰ মথৰি বন্ধাইলা মুষ্টিকৰ" (বঘাসূৰ-বধ)।
a piece of cloth wrapped round the head
- মথিয়নmathiẏanaAdjective
শ্ৰেষ্ঠ; জ্ঞানী
chief; wise
- মথুৰাmathurāNoun
যুক্ত-প্ৰদেশৰ যমুনা নৈৰ সোঁ-পাৰে থকা এখন নগৰ; [তাত শ্ৰীকৱষ্ণৰ জন্ম হৈছিল।]
the town of Mathurā in U.P.