← ফুৰি যাওক

মতে

mate

অৰ্থ

1.

মত বা বিধান অনুসাৰে

according to the prescribed rules or tenet

অব্য.

2.

দৰে; প্ৰকাৰে; নিচিনাকৈ

in the manner of

অব্য.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

মতে · অসমীয়া অভিধান