← ফুৰি যাওক

মতিমান

matimāna

অৰ্থ

1.

বুধিয়ক; জ্ঞানী

intelligent; sensible

বিণ.

2.

বুদ্ধিবন্ত লোক

a sensible man

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

মতিমান · অসমীয়া অভিধান