কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ধ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ধুনোতাdhunotā
কৱদ. তুলা ধুনা মানুহ
a man scutching cotton
- ধুন্dhunTransitive verb
ধেনুৰ জোঁৰেৰে কোবাই আঁহ মুকলি কৰ্ (তুলা)
to scutch, as cotton
- ধুন্তৰdhuntaraNoun
(পু. অ.) ধঁতুৰ।
- ধুন্দাdhundāNoun
ধান্দা।
- ধুন্দুলিdhunduliNoun
এবিধ বাৰিষা খেতিত হোবা আৰু পাচলি খোবা গোটা দীঘল ফল আৰু তাৰ লতা গছ; নিলাজি
the snake-gourd; Trichosanthes anguina
- ধুপাচালনিdhu.pa.sa.lo.niAbstract Noun
বহুলোকে একে লগে উচ্চ স্বৰে কথা কওঁতে হোৱা ধৰণৰ শব্দ
a lot of noise, like when a number of people speak loadly simuultenously.
- ধুপাচালিdhupācāliNoun
চিঞৰ-বাখৰ; শব্দ কৰি খচা, বা অহাযোবা কৰা।
- ধুপালনিNoun
ধপচালি; ওপৰত উঠি খচা কাৰ্য্য
the act of trampling upon
- ধুপালি পাৰ্
ধুপাচালি পাৰ্; ওপৰত উঠি খচ্
to trample upon
- ধুপাল্dhupālTransitive verb
ধুই নিৰ্ম্মল কৰ্; ঘঁহ্; মাজ (দাঁত); . কৱদ
to cleanse (as the teeth); to brush
- ধুপুনীdhupunīNoun
বালিমাহী চৰাই।
- ধুপুহ্dhupuhNoun
গধুৰ বস্ত্ত মাটিত পৰোঁতে হোবাৰ নিচিনা শব্দ
an imitative word used to express the dull sound produced by a heavy thing falling on the ground
- ধুপ্dhupNoun
গধুৰ বস্ত্ত মাটিত পৰোঁতে হোবাৰ নিচিনা শব্দ
an imitative word used to express the dull sound produced by a heavy thing falling on the ground
- ধুপ্-ধাপ্Noun
ঘনে ঘনে ধুপ ধুপ কৰা কাৰ্য্য; অক. ধা. ধুপ্ধুপাসেই নিচিনা শব্দ কৰ্।
- ধুপ্ধুপিdhupdhupiNoun
"দুগ্দুগী" চোবাঁ।
- ধুবনিdhubaniNoun
"নোবাই-তোলনি" চোবাঁ।
- ধুবাdhubāNoun
গীতৰ বাৰে বাৰে দোহৰা অংশ; কলি
refrain; burthen
- ধুবীdhu.biCommon Noun
কাপোৰ ধুই জীৱন নিৰ্বাহ কৰা ব্যক্তি |
one who washes clothes for a living
- ধুবুনীdhubunīNoun
ধোবাৰ মাইকী
a washer-woman
- ধুবুৰিdhuburiNoun
ঠিককৈ নজনা বহু দূৰ ঠাই; যেনে-সি গৈ কোনোবা ধুবুৰি পালেগৈ
an unknown distant place