ধুপাল্
dhupāl
অৰ্থ
1.
ধুই নিৰ্ম্মল কৰ্; ঘঁহ্; মাজ (দাঁত); . কৱদ
to cleanse (as the teeth); to brush
সক. ধা.
2.
ওপৰত উঠি খচ্ বা গৰক্
to trample upon; to crush with the feet
সক. ধা.
3.
ডাবি দি দমাই ৰাখ্; . কৱদ
to control by threatening; to rebuke
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ