← ফুৰি যাওক

ধুন্

dhun

অৰ্থ

1.

ধেনুৰ জোঁৰেৰে কোবাই আঁহ মুকলি কৰ্ (তুলা)

to scutch, as cotton

সক. ধা.

2.

অতিৰিক্তভাবে কৰ্, মাৰ্ বা নষ্ট কৰ্; যেনে-"কথা ধুন্"; "তাক বেতেৰে ধুনিলে"; "লাঞ্জৰ বাৰিয়ে কোবাই লৈ যান্ত ৰাক্ষস বলক ধুনি" (মা. ক., লঙ্কাকাণ্ড)।

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ