কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সক্ৰিয় কৰ্xo.kri.yo korVerb-Trans.
অচল অৱস্থাৰ পৰা সচল বা চলন্ত অৱস্থালৈ আন ৷
Put in motion or move to act.
- সক্ৰিয় কৰ্মীCommon Noun
সামাজিক বা ৰাজনৈতিক পৰিবৰ্তনৰ কাৰণে সক্ৰিয়ভাৱে কাম কৰা লোক৷
a person who campaigns to bring about political or social change.
- সক্ৰিয় পৰিৱহনNoun
সক্ৰিয় বহন/ সক্ৰিয় পৰিৱহন
সক্ৰিয় বহন/ সক্ৰিয় পৰিৱহন
- সক্ৰিয় বহনNoun
সক্ৰিয় বহন/ সক্ৰিয় পৰিৱহন
সক্ৰিয় বহন/ সক্ৰিয় পৰিৱহন
- সক্ৰিয় স্থলীNoun
সক্ৰিয় স্থলী
সক্ৰিয় স্থলী
- সক্ৰিয়কৰণxo.kri.yo.ko.ronVerbal Noun
কাৰ্যক্ষম কৰি তোলা কাৰ্য ।
the act of rendering a machine or an organization operational
- সক্ৰিয়ণ শক্তিNoun
সক্ৰিয়ণ শক্তি
সক্ৰিয়ণ শক্তি
- সক্ৰিয়ভাৱেAdverb
Working or participating in an active manner
- সকৰুণxo.ko.runProper Adj.
ক্ষুদ্ৰাকাৰ, নিকৃষ্ট গুণাগুণ, বেয়া অৱস্থা আদিৰ বাবে দুখ বা পুতৌ কৰিব লগীয়া
evoking or deserving contempt by smallness, poor quality, etc
- সকৰ্মকxo.kor.mokProper Adj.
এটা প্ৰত্যক্ষ কৰ্ম্ম থকা (ধাতু)
(a verb) accompanied by a direct object
- সকৰ্মক ক্ৰিয়াxo.kor.mok kri.yaProper Noun
যি ক্ৰিয়াৰ অৰ্থ সম্পূৰ্ণ হ’বলৈ প্ৰতক্ষ্য কৰ্মৰ প্ৰয়োজন হয় ৷
A verb that needs a direct object to complete its meaning. Bring, enjoy, and prefer are transitive verbs.
- সকৰ্মক ধাতুxo.kor.mok dha.tuProper Noun
যি ক্ৰিয়াৰ অৰ্থ সম্পূৰ্ণ হ’বলৈ প্ৰতক্ষ্য কৰ্মৰ প্ৰয়োজন হয় ৷
A verb that needs a direct object to complete its meaning. Bring, enjoy, and prefer are transitive verbs.
- সখাsakhāNoun
সমাজৰ নিয়মমতে এজনে আনজনক কাপোৰ আদি উপহাৰ দি পাতি লোবা বন্ধু; হৰিভকত; ইষ্ট; মিত্ৰ; মিতা; . স্ত্ৰী. সখী। সখি বান্ধ্ সমাজৰ নিয়মমতে কাৰো সৈতে বন্ধু পাত ্; মিতা বান্ধ্; . সখিত্ব বি. ইষ্টতা; বন্ধুতা; মিত্ৰ হোবা; মিতালি
a formally constituted friend ; to contract friendship with any one in due form ; friendship
- সখিsakhiNoun

- সখি-সাজিsakhi-sājiNoun
এসাজ কাপোৰ দি নোবাই-ধুবাই কৰা সখি; যেনে-"নৰোবা মেধিৰসাজি-সখি চামগুৰীয়া মেধি" (বুৰঞ্জী)
a formally accepted friend
- সখিত্বxo.khit.twoAbstract Noun
দুজন বন্ধু বা মিত্ৰৰ মাজৰ সম্পৰ্ক অথবা পৰস্পৰৰ প্ৰতি সহায়ৰ মনোভাৱ
the relationship between two friends or their good helpful attitude towards each other
- সখিয়তীsakhiẏatīNoun
সখি ঔ, সখি ঔ বুলি মতা এবিধ হালধীয়া বৰণৰ ঘৰ-শালিকাৰ সমান চৰাই; পাটমাদৈ চৰাই
a kind of bird
- সখীxo.khiCommon Noun
ভাল পোৱা সঙ্গী (স্ত্ৰী লিঙ্গ)
a favored companion (female); a female friend
- সখ্য ভাৱxo.khyo bhabAbstract Noun
দুজন বন্ধু বা মিত্ৰৰ মাজৰ সম্পৰ্ক অথবা পৰস্পৰৰ প্ৰতি সহায়ৰ মনোভাৱ
the relationship between two friends or their good helpful attitude towards each other
- সখ্যভাবsakhyabhābaNoun
সখিত্ব।