সখা
sakhā
অৰ্থ
1.
সমাজৰ নিয়মমতে এজনে আনজনক কাপোৰ আদি উপহাৰ দি পাতি লোবা বন্ধু; হৰিভকত; ইষ্ট; মিত্ৰ; মিতা; . স্ত্ৰী. সখী। সখি বান্ধ্ সমাজৰ নিয়মমতে কাৰো সৈতে বন্ধু পাত ্; মিতা বান্ধ্; . সখিত্ব বি. ইষ্টতা; বন্ধুতা; মিত্ৰ হোবা; মিতালি
a formally constituted friend ; to contract friendship with any one in due form ; friendship
বি.
সমাৰ্থক শব্দ
2.
থ আগ কৰ্; দেবতাৰ পূজালৈ আগধন ৰাখ্
to deposit a small amount in advance of any worship intended to be performed later on; to promise as an obligation to a god
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ