← ফুৰি যাওক

সখি-সাজি

sakhi-sāji

অৰ্থ

1.

এসাজ কাপোৰ দি নোবাই-ধুবাই কৰা সখি; যেনে-"নৰোবা মেধিৰসাজি-সখি চামগুৰীয়া মেধি" (বুৰঞ্জী)

a formally accepted friend

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সখি-সাজি · অসমীয়া অভিধান