কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চতুৰ্বিংশতিcaturbiṃśatiNoun
চাৰি অধিক কুৰি; চৌবিশ
twenty-four
- চতুৰ্বিংশতিতমso.tur.bing.xo.ti.tomAbstract Noun
বিছতকৈ চাৰি বেছি ৷
four more than twenty; the symbol denoting 24 (২৪ in Assamese)
- চতুৰ্বিধcaturbidhaNoun
চাৰি জাতিৰ, শ্ৰেণীৰ বা প্ৰকাৰৰ
of four kinds
- চতুৰ্বেদcaturbedaNoun
চাৰি বেদ্-ঋক্, সাম, যজুঃ, অথৰ্ব্ব
the four Vedas
- চতুৰ্বেদীAdjective
চাৰি বেদ জনা; যেনে-"চতুৰ্ব্বেদী ব্ৰাহ্মণ"
versed in the four Vedas
- চতুৰ্ব্বিংশতিcaturbbiṃśatiNoun
চাৰি অধিক কুৰি; চৌবিশ
twenty-four
- চতুৰ্ব্বিধcaturbbidhaNoun
চাৰি জাতিৰ, শ্ৰেণীৰ বা প্ৰকাৰৰ
of four kinds
- চতুৰ্ব্বেদcaturbbedaNoun
চাৰি বেদ্-ঋক্, সাম, যজুঃ, অথৰ্ব্ব
the four Vedas
- চতুৰ্ব্বেদীAdjective
চাৰি বেদ জনা; যেনে-"চতুৰ্ব্বেদী ব্ৰাহ্মণ"
versed in the four Vedas
- চতুৰ্ব্বৰ্গcaturbbargaNoun
ধৰ্ম্ম, অৰ্থ, কাম আৰু মোক্ষ, এই চাৰিটা মনুষ্য-জীবনৰ প্ৰধান বস্ত্ত
the four principal objects of the human pursuit; namely-virtue, wealth, sensual enjoyment and final beatitude
- চতুৰ্ব্বৰ্ণcaturbbarṇaNoun
হিন্দু মানুহৰ প্ৰধান চাৰি জাতি- ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ
the four main Hindu castes
- চতুৰ্বৰ্গcaturbargaNoun
ধৰ্ম্ম, অৰ্থ, কাম আৰু মোক্ষ, এই চাৰিটা মনুষ্য-জীবনৰ প্ৰধান বস্ত্ত
the four principal objects of the human pursuit; namely-virtue, wealth, sensual enjoyment and final beatitude
- চতুৰ্বৰ্ণcaturbarṇaNoun
হিন্দু মানুহৰ প্ৰধান চাৰি জাতি- ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ
the four main Hindu castes
- চতুৰ্ভিতিcaturbhitiNoun
চাৰিওফালে, যেনে-"চতুৰ্ভিতি বেঢ়ি যেন জগত গিলয়" (
- চতুৰ্ভুজcaturbhujaAdjective
চাৰি হাত থকা
having four arms
- চতুৰ্মুখcaturmukhaNoun
ব্ৰহ্মা [মহাপ্ৰলয়ৰ পানীত নাভি-পদ্মত অকলে বহি থকা ব্ৰহ্মা আচৰিত হৈ চাৰিওফালে চাওঁতে চাৰিমুখীয়া হ'ল (অনাদি-পাতন)]
name of Brahmā
- চতুৰ্মুখেAdverb
চাৰি মুখেদি; চাৰিখন মুখেৰে
with four mouths
- চতুৰ্ম্মুখcaturmmukhaNoun
ব্ৰহ্মা [মহাপ্ৰলয়ৰ পানীত নাভি-পদ্মত অকলে বহি থকা ব্ৰহ্মা আচৰিত হৈ চাৰিওফালে চাওঁতে চাৰিমুখীয়া হ'ল (অনাদি-পাতন)]
name of Brahmā
- চতুৰ্ম্মুখেAdverb
চাৰি মুখেদি; চাৰিখন মুখেৰে
with four mouths
- চতুৰ্যুগcaturyugaNoun
চাৰি যুগ-সত্য, ত্ৰেতা, দ্বাপৰ, কলি
the four ages