← ফুৰি যাওক

চতুৰ্বৰ্ণ

caturbarṇa

অৰ্থ

1.

হিন্দু মানুহৰ প্ৰধান চাৰি জাতি- ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ

the four main Hindu castes

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চতুৰ্বৰ্ণ · অসমীয়া অভিধান