← ফুৰি যাওক

চতুৰ্ম্মুখ

caturmmukha

অৰ্থ

1.

ব্ৰহ্মা [মহাপ্ৰলয়ৰ পানীত নাভি-পদ্মত অকলে বহি থকা ব্ৰহ্মা আচৰিত হৈ চাৰিওফালে চাওঁতে চাৰিমুখীয়া হ'ল (অনাদি-পাতন)]

name of Brahmā

বি.

সমাৰ্থক শব্দ

2.

এবিধ আয়ুৰ্ব্বেদী ঔষধৰ নাম।

বি.

সমাৰ্থক শব্দ

3.

চাৰিমুখীয়া

having four faces

বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চতুৰ্ম্মুখ · অসমীয়া অভিধান