কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আকলa.kolAbstract Noun
কোনো কথা শিকা, বুজি পোৱা আদিৰ মানসিক ক্ষমতা| যুক্তিগতভাবে বিচাৰ-বিবেচনা কৰিব পৰা, উচ্চপৰ্য্যায়ৰ কথা ভাবিব আৰু বুজি পাৱ পৰা সক্ষমতা, সৃষ্টি তথা আৱিষ্কাৰ কৰিবপৰা মানসিক শক্তি|
the mental ability or capacity to think in a rational, systematic way and understand things at a higher level, the power to create and invent
- আকল লাজNoun
shame
- আকল-দাঁতa.kol da~tMaterial Noun
প্ৰাপ্তবয়স্ক হোৱাৰ পাচতহে গজা চাৰিটা গুৰি দাঁত(ৰ যিকোনো এটা)৷
any of the four large, back teeth which grows only when you become an adult.
- আকলনākalanaNoun
চকুৰে মনিব বা দেখিব পৰা শক্তি
the power of discerning
- আকলবাākalabāAdjective
আকালৰপৰা কষ্ট পোবা; খাবলৈ নোপোবা
famine-stricken
- আকলাākalāNoun
চুটি চেলেং কাপোৰ
a short sheet
- আকলিVerb-Trans.
হাতেৰে ধৰি ইজনে সিজনৰ গাত লাগি মৰম বা বাৎসল্য প্ৰকাশ কৰ্।
to cling closely, especially by holding by hands.
- আকলি-বাকলিākali-bākaliNoun
অনুপযুক্ত আৰু সাৰ পদাৰ্থ নোহোবা বস্ত্ত; মিছা-মিছি বস্ত্ত বা কথা; . বিণ. অনুপযুক্ত আৰু অকামিলা; মিছা-মিছি; যেনে- আকলি-বাকলি কথা।
unimportant and superficial things; worthless things
- আকলুৱাa.ko.luwaPronoun
যি আকালত পৰিছে, তেনে |
One who is suffering in famine.
- আকলে-বিকলেākale-bikaleAdverb
আকুলভাবে; অস্হিৰভাবে; কাতৰভাবে; যেনে-"লবক কুশক গলত বান্ধি। আকলে-বিকলে আছিলা কান্দি" (শ্ৰীৰাম-কীৰ্ত্তন)
distractedly
- আকল্ākalTransitive verb
আঁকোবাল্।
- আকল্পa.kol.poMaterial Noun
(ক) ব্যক্তিগত সৌন্দৰ্য্য বৰ্দ্ধনৰ বাবে ব্যৱহাৰ কৰা সোণ, ৰূপ, মূল্যৱান পাথৰ আদিৰে তৈয়াৰী সামগ্ৰী(খ) কোনো বস্তুত যোগ কৰি তাৰ সৌন্দৰ্য্য বৃদ্ধি কৰিব পৰা আনুষঙ্গিক বস্তু আদি
(a) articles of gold, silver, precious stones, etc., for personal adornment(b) an accessory, article, or detail used to beautify the appearance of something to which it is added
- আকস্মিকākasmikaAdjective
অকস্মাৎ বা হঠাতে হোবা
sudden; accidental; unexpected
- আকস্মিক বানa.kos.mik banAbstract Noun
অতি কম সময়ৰ ভিতৰত অহা বানপানী৷
A flood caused by heavy or excessive rainfall in a short period of time, generally less than 6 hours. Flash floods are usually characterized by raging torrents after heavy rains that rip through river beds, urban streets, or mountain canyons sweeping everything before them. They can occur within minutes or a few hours of excessive rainfall. They can also occur even if no rain has fallen, for instance after a levee or dam has failed, or after a sudden release of water by a debris or ice jam.
- আকস্মিকভাৱেa.kos.mik.bha.weAdverb
আগতীয়া জাননী নোহোৱাকৈ অনাকাংক্ষিত ভাৱে হোৱা
happening unexpectedly without any prior warning
- আকস্মিতেAdverb
(পু. অ.)।
- আকাংক্ষাa.kang.khyaAbstract Noun
কোনো বস্তুৰ প্ৰতি মানসিক প্ৰয়োজন বোধ
a longing or craving, as for something that brings satisfaction or enjoyment
- আকাংক্ষিতa.kang.khyitVerbal Adj.
যিটো হ’ব লাগে বা কৰিব লাগে বুলি ভৱা হয়
anything which is desired
- আকাংক্ষীa.kang.khyiProper Adj.
ধৈৰ্য্যবিহীন হৈ কিবা জানিবলৈ বা পাবলৈ বিছৰা
impatiently wanting to know/have more of something
- আকাঙ্ক্ষণীয়Adjective
ইচ্ছা কৰিব লগীয়া
desirable