← ফুৰি যাওক

আকলন

ākalana

অৰ্থ

1.

চকুৰে মনিব বা দেখিব পৰা শক্তি

the power of discerning

বি.

2.

আকল নথকা; নীচ; যেনে-হেৰ আকলন

shameless; foolish

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

আকলন · অসমীয়া অভিধান