কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ৰ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ৰতীয়াratīẏāAdjective
এক ৰাতি জোখৰ বা পৰিমাণৰ
weighing one-sixth of an anna
- ৰতোবালratobālaNoun
বেলি মাৰ যোবাৰ সময়ত পশ্চিম আকাশত পৰা ৰঙা ৰশ্মি; বেলি পৰোঁতে পশ্চিমফালে আকাশত দেখা ৰঙা দীপ্তি
the red rays of the setting sun
- ৰতোৱালro.to`.walAbstract Noun
বেলি মাৰ যোবাৰ সময়ত পশ্চিম আকাশত পৰা ৰঙা ৰশ্মি ৷
The red rays of setting sun.
- ৰত্নratnaNoun
হীৰা মুকুতা আদি বহুমূলীয়া বস্ত্ত
a precious jewel or stone
- ৰত্ন- পীঠ
অসমৰ সুবৰ্ণৰেখা নৈ আৰু ৰূপহী নৈৰ মাজত থকা দেশ-খণ্ড।
- ৰত্ন-গৰ্ভাAdjective
বহু-মূলীয়া ৰত্ন বা সু-সন্তান উৎপন্ন কৰা, যেনে-"ৰত্নগৰ্ভা বসুমতী"
bearing jewels or good children
- ৰত্ন-দ্বীপNoun
নানাবিধ ৰত্নেৰে পূৰ হৈ থকা দ্বীপ
an island of jewels
- ৰত্নখচিতrot.no.kho.sitAdjective Adj.
ৰত্নৰে শোভিত৷
something adorned or decorated with jewels.
- ৰত্নগৰ্ভrot.no.gor.bhoMaterial Noun
পৃথিৱী-পৃষ্ঠৰ সৰহভাগ ঠাই অধিকাৰ কৰি থকা লোণযুক্ত পানী থকা বিশাল জলৰাশি।
a salt water body that cover the greater part of the earth's surface.
- ৰত্নগৰ্ভাMaterial Noun
পৃথিৱী-পৃষ্ঠৰ সৰহভাগ ঠাই অধিকাৰ কৰি থকা লোণযুক্ত পানী থকা বিশাল জলৰাশি।
a salt water body that cover the greater part of the earth's surface.
- ৰত্নদ্বীপrot.no.dwipCommon Noun
বহুবিধ (বহুমূলীয়া) ৰত্ন, মণিক আদিৰে ভৰি থকা দ্বীপ৷
an island full with various kinds of (rich)minerals.
- ৰত্নপীঠrot.no.pithProper Noun
পশ্চিমৰ কৰতোৱা নদী (বৰ্তমান বাংলাদেশ)ৰ পৰা পূৱে সোনকোষ নদীলৈকে -প্ৰাচীন কামৰূপ ৰাজ্যৰ চাৰি ভাগৰ এভাগ৷
One of four divisions of Kamrup kingdom - from Kortola river on the West to Sonkosh river on the East.
- ৰত্নমণিrot.no.mo.niMaterial Noun
অলংকাৰ বা গহণা আদি তৈয়াৰ কৰিবলৈ কাটি চাফা কৰি ব্যৱহাৰ কৰা কোনো মুক্তা বা খনিজ পদাৰ্থ ৷
A pearl or mineral that has been cut and polished for use as an ornament.
- ৰত্নমণ্ডিতrot.no.mon.di.toAdjective Adj.
ৰত্নৰে শোভিত৷
something adorned or decorated with jewels.
- ৰত্নময়Noun
নানা ৰত্নেৰে শোভিত বা সজা
made of or decorated with various gems
- ৰত্নশোভিতrot.no.xo`.bhi.toAdjective Adj.
ৰত্নৰে শোভিত৷
something adorned or decorated with jewels.
- ৰত্নাকৰratnākaraNoun
সাগৰ
the ocean
- ৰত্নাবলীratnābalīNoun
অনেক ভাল আৰু ভক্তিৰ কথা থকা এখন অসমীয়া পুথি [ইয়াৰ মূল সংস্কৱত পুথি বিষ্ণুপুৰী সন্ন্যাসীৰ ৰচিত; মাধবদেবে তাক অসমীয়ালৈ ভাঙে।]
a sacred book of the Assamese Vaisnavas
- ৰত্নাসুৰrot.na.xurProper Noun
বিভিন্ন আখ্যান, কিংবদন্তি আৰু সিঁচৰতি হৈ থকা প্ৰাচীন স্মৃতিচিহ্নৰ সম্ভেদ মতে মহীৰংগ দানৱ প্ৰাচীন অসমৰ ৰজা আছিল আৰু পিছলৈ তেওঁৰ বংশৰ (দানৱ বংশ) ক্ৰমে হটকাসুৰ, সম্বৰাসুৰ আৰু ৰত্নাসুৰ নামেৰে তিনিজন ৰজাই ৰাজত্ব কৰিছিল৷ দানৱ বংশৰ পাছত ঘটকাসুৰ সিংহাসনত বহে আৰু এটা নতুন বংশৰ পাতনি মেলে৷ ঘটকাসুৰক বধ কৰি নৰকাসুৰ প্ৰাগজ্যোতিষপুৰৰ ৰজা হয়৷
According to a late text, Kalika Purana (c. 9th–10th century AD), the earliest ruler of Assam was Mahiranga Danav of the Danava dynasty, (three more Danav king is known - Hatakasur, Sambarasur and Ratnasur)which was removed by Naraka of Mithila who established the Naraka dynasty.Ghatakasur was father of Narakasur.
- ৰত্নাৱতীrot.na.wo.tiMaterial Noun
বায়ুমণ্ডলে চাৰিওফালে আগুৰি থকা সৌৰজগতৰ তৃতীয় গ্ৰহ
the third planet of the solar system where the known biosphere exists.