ৰত্নগৰ্ভ
rot.no.gor.bho
অৰ্থ
1.
পৃথিৱী-পৃষ্ঠৰ সৰহভাগ ঠাই অধিকাৰ কৰি থকা লোণযুক্ত পানী থকা বিশাল জলৰাশি।
a salt water body that cover the greater part of the earth's surface.
বস্তুবাচক বিশেষ্য
সমাৰ্থক শব্দ
2.
হিন্দু ধৰ্মীয় বিশ্বাস মতে উত্তৰ দিশ আৰু ধনৰ অধিপতি আৰু মহাদেৱ বা শিৱৰ ভঁৰালী।
according to Hindu belief, the god of wealth, the master of the north and the treasurer of Lord Shiva.
সংজ্ঞাবাচক বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ