← ফুৰি যাওক

ৰত্নাবলী

ratnābalī

অৰ্থ

1.

অনেক ভাল আৰু ভক্তিৰ কথা থকা এখন অসমীয়া পুথি [ইয়াৰ মূল সংস্কৱত পুথি বিষ্ণুপুৰী সন্ন্যাসীৰ ৰচিত; মাধবদেবে তাক অসমীয়ালৈ ভাঙে।]

a sacred book of the Assamese Vaisnavas

বি.

2.

ৰত্নৰ মালা

a string of pearls

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ৰত্নাবলী · অসমীয়া অভিধান