কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঘ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঘুমুৰুগীয়াghumurugīẏāAdjective
উদ্ফাই ৰোগে ধৰা
asthmatic
- ঘুমুৰোগghumurogaNoun
উদফাই ৰোগ ধৰা
asthmatic
- ঘুমে-খাইডীghume-khāiḍīNoun
খালৈ-ভাঙী মাছ।
- ঘুমে-গড়ীয়াghume-gaṛīẏāAdjective
এলেহুবা; শুই হগা
lazy; slothful
- ঘুমেখাইতীghu.me.khai.tiCommon Noun
এবিধ বহল মুখৰ কাৱৈ জাতীয় মাছ ৷
A big mouth fish like a Climbing fish .
- ঘুম্ghumNoun
ধুম্; বৰহিলৈৰ মাতৰ নিচিনা শব্দ
an imitative word used to express the report of a cannon or similar sound
- ঘুলঘুলিghul.ghu.liMaterial Noun
পৰিষ্কাৰ বতাহ চলাচল কৰিবৰ বাবে ৰখা কোনো আহিলা বা খিৰিকী
a device or apparatus for circulating fresh air
- ঘুলাghulāNoun
ঘুগুলা; শস্য-বন আদি পচি বা ভাগি-ছিগি হোবা গুৰি
anything reduced to dust
- ঘুলা উঠ্
ঘুগুলা বা চূৰ্ণ হ; গুৰি হ
to be reduced to dust
- ঘুলিghuliNoun
নৈৰ দাঁতিত দ পানী থকা, বৰ সোঁত নথকা আৰু বতাহে নোপোবা কুঢ়; ঘোপ
an inlet of a river which is used as a place of safety for boats; a harbour
- ঘুলি ল
বোকাত লেটি ল
to roll in mud as a buffalo
- ঘুলুঙীয়াghuluṅīẏāNoun
বহল পানীৰ মাজৰ দ ঠাই।
- ঘুষিতghuṣitaAdjective
জাননী দিয়া; প্ৰচাৰিত; ঘোষণা কৰা
proclaimed; notified
- ঘুৰিghu.riMaterial Noun
মেখেলা সদৃশ ওপৰ ফালে কোঁচ থকা ভাৱৰীয়াই পিন্ধা কাপোৰ
a patticoat worn by males on traditional Assamese dramatic performances.
- ঘুৰ্ঘুৰীghur.ghu.riMaterial Noun
দুৱাৰৰ উলম্ব ধুৰাডাল মুকলিকৈ ঘূৰিবৰ কাৰণে তলত দিয়া বাঁহৰ গাঁঠি অথবা মাজ-খোলা কৰা কাঠৰ টুকুৰা
a small wheel, a joint of bamboo or a piece of wood with a hole or depression on it placed under the main axis of a door as its support for free movement
- ঘুৰ্ম্মুটিয়াghur.mu.ti.yaVerb-Intran.
কিবা বস্তু বা বাট বিচাৰি ইফালে-সিফালে ঘূৰি ফূৰ্
to move about here and there in search of something or to find the way
- ঘূকCommon Noun
স্ত্ৰীগিফৰ্মেছ্ বৰ্গৰ অন্তৰ্গত, ঠেঙত চুটি পাখি আৰু হাঁকোটা থকা, ডাঙৰ মূৰ আৰু চুটি বেঁকা ঠোঁট যুক্ত, আগলৈ ওলোৱা ডাঙৰ চকুৰে এবিধ নিশাচৰ পৰভোজী প্ৰাণী৷ ইহঁতৰ গোটেই গা পাতল, কোমল পাখিৰে আৱৰি থাকে বাবে প্ৰায় শব্দ নকৰাকৈ উৰিব পাৰে৷
Any of various often nocturnal birds of prey of the order Strigiformes, having hooked and feathered talons, large heads with short hooked beaks, large eyes set forward, and fluffy plumage that allows for almost noiseless flight.
- ঘূঘুয়াghu.ghu.yaAdjective Adj.
little warmer than normal (with respect to fever, the sun)
- ঘূণghunCommon Noun
শস্য, কপাহ বা কাঠ আদি ধ্বংস কৰা গুবৰুৱাৰ দৰে পতংগ
any of various beetles which destroy crops such as grains and cotton,also wood
- ঘূণাক্ষৰghu.na.khyorProper Adj.
অলপ পৰিমাণে, সামান্য পৰিমাণে ।
in small numbers or quantities